Monday, 24 November 2014

অসংযত অকবিতা - (১)

(ক) 
বুকুত কিয় ইমান দুখৰ হুমুনিয়াহ , 
তুমিতো মোৰ নোহোৱা । 
(খ) 
শিল মানেই কঠিনতা , 
কঠিনতা মানে তোমাৰ হৃদয় । 
(গ) 
বাৰিষা নামিছে , 
বৰষুণ সৰিছে , 
হৃদয়খন বাৰুকৈয়ে তিঁতিছে ।

No comments:

Post a Comment