(ক)
মোৰ অবর্তমানত ,
তোমাৰ চুলিয়েদি নামি আহে ,
শীতৰ সেমেকা গধূলি ।
(খ)
আঘোণৰ পথাৰত ,
কুঁৱলীৰ লুকা ভাকু ।
ৰদ জাক যেন লুকাব খোজে মেঘৰ বুকুত ।
মোৰ অবর্তমানত ,
তোমাৰ চুলিয়েদি নামি আহে ,
শীতৰ সেমেকা গধূলি ।
(খ)
আঘোণৰ পথাৰত ,
কুঁৱলীৰ লুকা ভাকু ।
ৰদ জাক যেন লুকাব খোজে মেঘৰ বুকুত ।
No comments:
Post a Comment